প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশবাসীক ভাই দুজৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 27 OCT 2022 8:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাই দুজ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"আপোনালোক সকলোকে ভাই দুজৰ শুভেচ্ছা জনাইছো, যি হৈছে ভাই-ভনীসকলৰ অপৰিসীম মৰম আৰু অটল বিশ্বাসৰ প্ৰতীক।"

 

 ***
 

DS/ST


(ৰিলিজ আই ডি : 1872291) অতিথি কক্ষ : 144