প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে গুৰু পূজা উপলক্ষে স্বাধীনতা সংগ্ৰামী পাসুমপোন মুথুৰামলিং থেৱাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 30 OCT 2022 12:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূজা উপলক্ষে স্বাধীনতা সংগ্ৰামীপাসুমপোন মুথুৰামলিং থেৱাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰেপ্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"মহান পসুমপোন মুথুৰামলিংগ থেৱাৰক গুৰু পূজা উপলক্ষে প্ৰণাম জনাইছো। আমাৰ দেশৰ সামাজিক সবলীকৰণ, কৃষক কল্যাণ আৰু দৰিদ্ৰতা দূৰ কৰাত তেওঁৰ অসাধাৰণ অৱদানৰ কথাও মনত পেলাইছো। তেওঁৰ আদৰ্শই আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব।"

***

DS/ST/MS


(रिलीज़ आईडी: 1872204) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam