প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰাখণ্ডৰ ‘বদ্ৰীনাথ ধাম’ত দৰ্শন আৰু পূজা সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰীয়ে
ল’লে অলকানন্দা নৈৰ পাৰ উন্নয়ণী কাৰ্যক্ৰমৰ খটিয়ান
प्रविष्टि तिथि:
21 OCT 2022 3:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নেৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী বদ্ৰীনাথ মন্দিৰত দৰ্শন আৰু পূজা সম্পন্ন কৰে। মন্দিৰটোৰ অন্তঃস্থলত প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰে। ইফালে অলকানন্দা নৈৰ পাৰত ৰূপায়ণ কৰি থকা উন্নয়ণী কাৰ্যক্ৰমৰো তেওঁ খটিয়ান লয়।




প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামি আৰু ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল গুৰমিত্ সিঙেও এই যাত্ৰাত ভাগ লয়।
***
DS/TS/KB
(रिलीज़ आईडी: 1870368)
आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam