প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 18 OCT 2022 2:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এইদৰে টুইট কৰিছে;

"উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৰ্মাহত হৈছোঁ। শোকৰ এই মুহূৰ্তত, শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁঃ প্ৰধানমন্ত্ৰী @narendramodi"

 

***

DS/ST/KG


(रिलीज़ आईडी: 1869110) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam