পোষ্ট কৰা হৈছে:
02 OCT 2022 4:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধী জয়ন্তী উপলক্ষে সংসদ ভৱনত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক টুইটত কয়,
“আজি পুৱা প্ৰধানমন্ত্ৰী @narendramodiয়ে সংসদ ভৱনত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷”
***
DS/DB