প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বিজয়া দশমী’ উপলক্ষে দেশবাসীলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 OCT 2022 9:05AM by PIB Guwahati
‘বিজয়া দশমী’ উপলক্ষে সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই পবিত্ৰ উপলক্ষই প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সাহস, সংযম আৰু সাকাৰাত্মক উদ্দীপনা কঢ়িয়াই অনাৰো কামনা কৰে শ্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“দেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ প্ৰতীক-পৰ্ব ‘বিজয়াদশমী’ৰ বহুত বহুত অভিনন্দন। এই পবিত্ৰ উপলক্ষই প্ৰতিগৰাকী ব্যক্তিৰ জীৱন সাহস, সংযম আৰু সাকাৰত্মক উদ্দীপনা কঢ়িয়াই আনক”।
***
DS/ST/KB
(रिलीज़ आईडी: 1865442)
आगंतुक पटल : 167
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam