প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দাদা চাহেব ফাল্কে পুৰস্কাৰেৰে সন্মানিত হোৱাত আশা পাৰেখ জীক অভিনন্দন জনায়
प्रविष्टि तिथि:
30 SEP 2022 10:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাদা চাহেব ফাল্কে পুৰস্কাৰেৰে সন্মানিত হোৱাত আশা পাৰেখ জীক অভিনন্দন জনাইছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূৰ এটা টুইটৰ উত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"আশা পাৰেখ জী এগৰাকী উৎকৃষ্ট ফিল্ম কলাকাৰ। নিজৰ দীঘলীয়া কেৰিয়াৰত তেওঁ দেখুৱাইছে যে বহুমুখী প্ৰতিভা কি। মই তেওঁক দাদা চাহেব ফাল্কে পুৰস্কাৰেৰে সন্মানিত কৰাত অভিনন্দন জনাইছো।"
***
DS
(रिलीज़ आईडी: 1864212)
आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam