প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত ‘ডব্লিউআইপিঅ’-ৰ ‘গেলকীয় উদ্ভাৱন সূচক’ত ৪০ সংখ্যক স্থানলৈ উন্নীত হোৱাত আমাৰ উদ্ভাৱকসকলক লৈ গৌৰৱ বোধ কৰিছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 29 SEP 2022 9:26PM by PIB Guwahati

ভাৰত ‘ৱৰ্ল্ড ইণ্টেলেকচুৱেল পপাৰ্টী অৰ্গেনাইজেশ্যন’-চমুকৈ ‘ডব্লিউআইপিঅ’-ৰ ‘গেলকীয় উদ্ভাৱন সূচক’ত ৪০ সংখ্যক স্থানলৈ উন্নীত হোৱাত আমাৰ উদ্ভাৱকসকলক লৈ গৌৰৱ বোধ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এক ‘টুইট’-ৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এক ‘টুইট’ কয়;

“সমগ্ৰ ভাৰততে এতিয়া গুঞ্জৰিত হোৱা এটি শব্দ হৈছে ‘উদ্ভাৱন’। আমাৰ উদ্ভৱকসকলক লৈ আমি গৌৰৱান্বিত। আমি বহুদূৰ আগুৱাই আহিলো আৰু ইয়াতকৈয়ো অধিক উচ্চতা অতিক্ৰম কৰিব খোজো”।

 

 

****

DS/ST/KB



(Release ID: 1863704) Visitor Counter : 85