প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মা চন্দ্ৰঘণ্টাক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 SEP 2022 8:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দুৰ্গা মাৰ তৃতীয় ৰূপ দেৱী চন্দ্ৰঘণ্টাৰ ওচৰত প্ৰাৰ্থনা কৰে৷

শ্ৰী মোদীয়ে লগতে দেৱীৰ প্ৰাৰ্থনা (স্তুতি)ও শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“আজি নৱৰাত্ৰিৰ দুৰ্গা মাৰ তৃতীয় ৰূপ দেৱী চন্দ্ৰঘণ্টাৰ পূজা অৰ্চনাৰ দিন৷ তেওঁৰ অসীম কৃপাত সকলোৰে জীৱন শৌৰ্য্য আৰু নম্ৰতাৰে সুশোভিত হওক, সেয়াই প্ৰাৰ্থনা…৷”

***

DS/ST/DB


(रिलीज़ आईडी: 1862907) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam