প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কাশী বিদ্বৎ পৰিষদৰ সভাপতি অধ্যাপক ৰাম যত্ন শুক্লাৰ মৃত্যুত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 20 SEP 2022 10:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি কাশী বিদ্বৎ পৰিষদৰ সভাপতি অধ্যাপক ৰাম যত্ন শুক্লাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে অধ্যাপক শুক্লাৰ মৃত্যুক শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"কাশী বিদ্ৱৎ পৰিষদৰ সভাপতি অধ্যাপক ৰামযত্ন শুক্লাজীৰ মৃত্যু শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। সংস্কৃত ভাষা আৰু পৰম্পৰাগত শাস্ত্ৰ সংৰক্ষণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াললৈ মোৰ সমবেদনা থাকিল। ওম শান্তি!"

 

***

DS/TS/MANN


(रिलीज़ आईडी: 1861183) आगंतुक पटल : 108
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam