প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে হিন্দী দিৱসত জনসাধাৰণক অভিনন্দন জনায়

प्रविष्टि तिथि: 14 SEP 2022 10:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী দিৱসত জনসাধাৰণক অভিনন্দন জনায়।

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কৈছে;

"হিন্দীয়ে বিশ্বজুৰি ভাৰতক এক বিশেষ সন্মান দিয়াইছে। ইয়াৰ সৰলতা, সহজতা আৰু সংবেদনশীলতাই সদায়েই আকৰ্ষণ কৰে। হিন্দী দিৱসত মই সেই সকলো লোকক হৃদয়ৰ পৰা অভিনন্দন জনাইছো, যিসকলে ইয়াক সমৃদ্ধ আৰু শক্তিশালী কৰাত নিজৰ অক্লান্ত যোগদান দিছে।"

***

 

DS/SH


(रिलीज़ आईडी: 1859474) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Odia , Tamil , Telugu , Kannada , Malayalam