প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নুৱাখাই উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে
प्रविष्टि तिथि:
01 SEP 2022 9:04AM by PIB Guwahati
নুৱাখাই উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
"নুৱাখাই জুহাৰ! এই বিশেষ দিনটোত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশবাসীৰ বাবে খাদ্য প্ৰস্তুত কৰা আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলৰ দৃষ্টান্তমূলক কামৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাবে এই অনুষ্ঠানৰ আযোজন কৰা হয়। মই তেওঁলোকক শুভেচ্ছা জনাইছো। আমাৰ সমাজখনে প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰক আৰু সকলোৱে সুখী হোৱাৰ লগতে সুস্থ হওক।"
***
DS/ST
(रिलीज़ आईडी: 1858515)
आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Tamil
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam