প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সম্বৎসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
Posted On:
31 AUG 2022 8:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৎসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"মিছামি দুক্কাদাম!
সম্বৎসৰীয়ে ক্ষমাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কাৰোৰে প্ৰতি দুৰ্ভাৱনা নাথাকক। দয়া আৰু ভ্ৰাতৃত্ববোধৰ উদ্দীপনাৰ সদায় উন্মেষ ঘটক।"
***
DS/ST/SB
(Release ID: 1856259)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Odia
,
Tamil
,
Telugu
,
Malayalam