প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে শ্ৰী কুলদীপ ৰাজ গুপ্তাৰ মৃত্যুত শোক প্ৰকাশ কৰে

Posted On: 18 AUG 2022 10:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ জনপ্ৰিয় নেতা শ্ৰী কুলদীপ ৰাজ গুপ্তাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী কুলদীপ ৰাজ গুপ্তাই জনসাধাৰণৰ কল্যাণ আৰু সামাজিক সৱলীকৰণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: "জম্মু-কাশ্মীৰৰ বিজেপিৰ জনপ্ৰিয় নেতা কুলদীপ ৰাজ গুপ্তাৰ মৃত্যুত অত্যন্ত মৰ্মাহত। তেওঁ জনসাধাৰণৰ কল্যাণৰ লগতে সমাজৰ সবলীকৰণৰ বাবেও জীৱন উৎসৰ্গা কৰিলে। ভগৱানে তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলক এই বিপদৰ সময়ত আশীৰ্বাদ কৰক। ওম শান্তি!"

 

***

DS/MS



(Release ID: 1853770) Visitor Counter : 115