প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 20 AUG 2022 9:32AM by PIB Guwahati

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সংক্ৰান্তত প্ৰকাশিত এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“তেওঁৰ জন্ম বাৰ্ষিকীত, আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰিছো”।

 

— Narendra Modi (@narendramodi) August 20, 2022

 

***

DS/SH/KB


(रिलीज़ आईडी: 1853515) आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam