প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ক’ভিড-১৯ৰ পৰা জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 21 AUG 2022 5:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ৰ পৰা জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাৰ আশু আৰোগ্য কামনা কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“মোৰ বন্ধু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাৰ ক’ভিড-১৯ৰ পৰা আশু আৰোগ্য কামনা কৰিলো৷”

 

***

DS/SH/DB


(ৰিলিজ আই ডি : 1853512) অতিথি কক্ষ : 150