প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পাৰ্চী নৱবৰ্ষত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 16 AUG 2022 10:13AM by PIB Guwahati

পাৰ্চী নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আগন্তুক বছৰটো আনন্দ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰে পৰিপূৰ্ণ হওক। নৱৰোজ মুবাৰক!"

 

***

DS/SH/MS



(Release ID: 1852629) Visitor Counter : 107