প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছ ২০২২ত বেডমিণ্টনত স্বৰ্ণ পদক জয় কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন জনাইছে
प्रविष्टि तिथि:
08 AUG 2022 3:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত বেডমিণ্টনত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন জ্ঞাপন কৰে।
তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"ব্যতিক্ৰমী @Pvsindhu1 হৈছে চেম্পিয়নৰ চেম্পিয়ন! তেওঁ বাৰে বাৰে দেখুৱাইছে যে উৎকৃষ্টতা কি। তেওঁলোকৰ নিষ্ঠা আৰু প্ৰতিশ্ৰুতি অতুলনীয়। কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো। "
***
DS/SH/RD
(रिलीज़ आईडी: 1852181)
आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam