প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে বিশ্ব সংস্কৃত দিৱসত শুভেচ্ছা জনায়

प्रविष्टि तिथि: 12 AUG 2022 8:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব সংস্কৃত দিৱসত দেশবাসীক শুভেচ্ছা জনাইছে। তেওঁ সংস্কৃতক জনপ্ৰিয় কৰি তোলাৰ কামৰ সৈতে জড়িত লোকসকলৰ প্ৰয়াসৰ প্ৰশংসা কৰে। তেওঁ 'মন কী বাত' কাৰ্যক্ৰমৰ পৰা দুটা উদাহৰণ দাঙি ধৰিছে, য'ত তেওঁ সংস্কৃতৰ মহত্ব আৰু সুন্দৰতাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছে। তেওঁ যুৱক-যুৱতীসকলৰ মাজত সংস্কৃতৰ ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তাৰ ওপৰতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

“विश्वसंस्कृतदिनस्य शुभाशया:। भारते विश्वे च संस्कृतप्रचाराय कार्यं कुर्वतां सर्वेषाम् अभिनन्दनं करोमि। पूर्वतने एकस्मिन् #MannKiBaat मध्ये मया संस्कृतस्य महत्त्वं सौन्दर्यं च यत् उक्तं तत् अत्र ददामि।

गतेषु वर्षेषु युवानः संस्कृतप्रचारे अग्रेसराः सन्ति। अगस्त २०२१ #MannKiBaat मध्ये अहम् एतादृशानां प्रयत्नानां प्रशंसां कृतवान्। आशासे यत् आगामिकाले अपि अस्माकं युवानः संस्कृते रुचिं दर्शयेयुः।“

***

DS


(रिलीज़ आईडी: 1851510) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam