প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰক্ষা বন্ধনৰ বিশেষ উপলক্ষত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে

Posted On: 11 AUG 2022 9:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰক্ষা বন্ধৰ বিশেষ উপলক্ষত জনসাধাৰণক সম্ভাষণ জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“আপোনালোক সকলোকে ৰক্ষা বন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"

*****

DS/ST/MS



(Release ID: 1851321) Visitor Counter : 99