প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত তেওঁৰ বাসগৃহত কিশোৰ-কিশোৰীসকলৰ সৈতে ৰাখী বন্ধন উদযাপন কৰে
পোষ্ট কৰা হৈছে:
11 AUG 2022 2:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত থকা তেওঁৰ বাসভৱনত কিশোৰ-কিশোৰীসকলৰ সৈতে ৰাখী বন্ধন উদযাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে ৰাখী বন্ধন উদযাপনৰ ছবি ভাগ-বতৰা কৰি কয় যে;
‘কিশোৰ-কিশোৰীসকলৰ সৈতে এক অতি বিশেষ ৰাখী বন্ধন...’
*******************************
DS/ST /KG
(ৰিলিজ আই ডি : 1851174)
অতিথি কক্ষ : 137
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Kannada
,
Malayalam