প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আশুৰাৰ দিনা হজৰত ইমাম হুছেইন (এএছ) ৰ ত্যাগক স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 AUG 2022 10:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশুৰাৰ দিনা হজৰত ইমাম হুছেইন (এএছ) ৰ ত্যাগক স্মৰণ কৰে আৰু কয় যে সত্যৰ প্ৰতি অটল দায়বদ্ধতা আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"আজি হজৰত ইমাম হুছেইন (এএছ) ৰ ত্যাগক স্মৰণৰ দিন। সত্যৰ প্ৰতি অটল দায়বদ্ধতা আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁ সমতা আৰু ভ্ৰাতৃত্ববোধতো অতিশয় গুৰুত্ব প্ৰদান কৰিছিল।"

 

***

DS/SH/SB


(रिलीज़ आईडी: 1850507) आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam