প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাপুৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল, সেই সকলোকে স্মৰণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
09 AUG 2022 9:35AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাপুৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ স্বাধীনতা সংগ্ৰামক শক্তিশালী কৰিছিল, সেই সকলোকে স্মৰণ কৰে।
এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“বাপুৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ স্বাধীনতা সংগ্ৰামক শক্তিশালী কৰিছিল, সেই সকলোকে স্মৰণ কৰিছো।
বোম্বাইত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ ছবি ইয়াত দিয়া হ’ল।
(নেহৰু স্মৃতি সংগ্ৰহৰ পৰা সংগৃহীত)”
‘৯ আগষ্ট আমাৰ ৰাষ্ট্ৰীয় বিল্পৱৰ এক জলন্ত প্ৰতীক” লোকনায়ক জে পিয়ে কয়।’
“বাপুৰ পৰা অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলন জে পি, ড০ লোহিয়াৰ দৰে মহান ব্যক্তিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উল্লেখযোগ্য অংশগ্ৰহণৰ সাক্ষী হৈছিল।
***
DS/SH/DB
(रिलीज़ आईडी: 1850255)
आगंतुक पटल : 272
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam