প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিডব্লিউজি, ২০২২ ত মহিলাৰ ৫০ কিগ্ৰা বক্সিঙত সোণৰ পদক অৰ্জন কৰা নিখাত জাৰিনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 07 AUG 2022 8:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ, ২০২২ ত মহিলাৰ ৫০ কিগ্ৰা বক্সিঙত সোণৰ পদক অৰ্জন কৰা নিখাত জাৰিনক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

"নিখাত জাৰিন ভাৰতৰ গৌৰৱ। তেওঁ স্বকীয় দক্ষতাৰ বাবে প্ৰশংসিত এগৰাকী বিশ্বমানৰ খেলুৱৈ। চিডব্লিউজিত সোণৰ পদক লাভৰ বাবে মই তেওঁক অভিনন্দন জনাইছো। একাধিক টুৰ্ণামেন্টত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে তেওঁ পৰম ধাৰাবাহিকতা প্ৰদৰ্শন কৰিছে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো। #Cheer4India"

 

***

 

DS/TS/SB



(Release ID: 1850105) Visitor Counter : 109