প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছিকাৰ ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হেঁচাঠেলাৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
08 AUG 2022 9:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকাৰ ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হেঁচাঠেলাৰ ফলত প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ৰাজস্থানৰ ছিকাৰৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হোৱা হেঁচাঠেলাৰ ফলত ভক্তৰ মৃত্যু হোৱাত ব্যথিত হৈছো। শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। যিসকল আহত হৈছে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব বুলি আশা কৰিছো।"
***
DS/ST/MS
(रिलीज़ आईडी: 1849766)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam