প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহিলাৰ ৬০কিলোগ্ৰাম শাখাৰ বক্সিং-ত ব্ৰঞ্জৰ পদক বিজেতা জেছমিনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 06 AUG 2022 10:06PM by PIB Guwahati

‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ত মহিলাৰ ৬০কিলোগ্ৰাম শাখাৰ বক্সিং-ত ব্ৰঞ্জৰ পদক বিজেতা জেছমিনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

 

এই সন্দৰ্ভত প্ৰকাশিত এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

 

“চিডব্লিউজি-ত ভাৰতীয় এথলেটসকলে ভিন্ন ৰূপৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিছে। বক্সিং-ত জেছমিন লাম্বৰিয়াই এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰা বুলি শুনি আনন্দিত হৈছো। তেওঁ লাভ কৰা সাফল্য ভাৰতীয় বক্সিং-ৰ ভৱিষ্যতৰ বাবে মংগলদায়ক হ’ব। আহিবলগীয়া দিনবোৰত তেওঁ গৌৰৱময় ধাৰা অব্যাহত ৰাখক।#Cheer4India

 

***

DS/ST/KB



(Release ID: 1849609) Visitor Counter : 81