প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে মল্লযুঁজাৰু দীপক পুনিয়ালৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
                    
                    
                        
                    
                
                
                    Posted On:
                06 AUG 2022 12:10AM by PIB Guwahati
                
                
                
                
                
                
                বাৰ্মিংহাম কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মল্লযুঁজাৰু দীপক পুনিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
 প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
 "দীপক পুনিয়াৰ দৰ্শনীয় ক্ৰীড়া প্ৰদৰ্শনক লৈ আমি গৌৰৱ অনুভৱ কৰিছো। তেওঁ ভাৰতৰ গৌৰৱ আৰু ভাৰতক বহু সন্মান দিছে। তেওঁ সোণৰ পদক লাভ কৰাত প্ৰতিজন ভাৰতীয়ই উল্লসিত। আগন্তুক সকলো প্ৰচেষ্টাৰ বাবে তেওঁক মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
 
***
DS/ST/MS
                
                
                
                
                
                (Release ID: 1849223)
                Visitor Counter : 179
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam