প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে হাই জাম্পত ভাৰতৰ প্ৰথমটো পদক জয় কৰাত তেজস্বিন শংকৰক অভিনন্দন জনায়
प्रविष्टि तिथि:
04 AUG 2022 9:55AM by PIB Guwahati
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাই জাম্পত ভাৰতৰ প্ৰথমটো পদক জয় কৰাত তেজস্বিন শংকৰক অভিনন্দন জনাইছে। হাই জাম্পত তেজস্বিন শংকৰৰ ব্ৰঞ্জৰ পদক কমনৱেলথ গেমছ, ২০২২ত ট্ৰেক আৰু ফিল্ডত ভাৰতৰ প্ৰথম পদক।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"তেজস্বিন শংকৰে ইতিহাস ৰচিলে। তেওঁ কমনৱেলথ গেমছত হাই জাম্প প্ৰতিযোগিতাত আমাৰ প্ৰথম পদক জয় কৰিছে। তেওঁক ব্ৰঞ্জৰ পদক জয় কৰা বাবে অভিনন্দন। তেওঁৰ প্ৰয়াসত গৰ্বিত। তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে শুভকামনা। তেওঁ সফলতা অৰ্জন কৰি যাওক।"
***
DS/TS
(रिलीज़ आईडी: 1848310)
आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam