প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পিংগালী ভেংকায়াৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 02 AUG 2022 10:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিংগালী ভেংকায়ালৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

‘মহান পিংগালী ভেংকায়ালৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাক ত্ৰিৰংগা দিয়াৰ প্ৰচেষ্টাৰ বাবে দেশবাসী চিৰদিনৰ বাবে তেওঁৰ ওচৰত ঋণী হৈ থাকিব, যাৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত। ত্ৰিৰংগাৰ পৰা শক্তি আৰু অনুপ্ৰেৰণা লৈ, আমি ৰাষ্ট্ৰীয় প্ৰগতিৰ বাবে কাম কৰো আঁহক।”

*****

DS/TS/MS


(ৰিলিজ আই ডি : 1847963) অতিথি কক্ষ : 178