প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চিবিএছইয়ে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায়

प्रविष्टि तिथि: 22 JUL 2022 5:24PM by PIB Guwahati

চিবিএছইয়ে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পাছত প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়:

"মই সেই সকলোকে অভিনন্দন জনাইছো যিসকল তেওঁলোকৰ চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। মই তেওঁলোকক সন্মুখত থকা এটা ফলপ্ৰসু শৈক্ষিক যাত্ৰাৰ বাবে শুভেচ্ছা জনাইছো। মই নিশ্চিত যে অনাগত সময়ত এই নৱ প্ৰজন্মই সফলতাৰ নতুন উচ্চতাত আৰোহণ কৰিব।"

 

***

DS/TS


(रिलीज़ आईडी: 1844112) आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Gujarati , English , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam