প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আজিৰ কেবিনেটৰ সিদ্ধান্তই ভাৰতৰ টিকাকৰণে অধিক লোকক সামৰি ল’ব আৰু এক সুস্থ দেশ গঢ় দিবঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
13 JUL 2022 10:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰে যে চৰকাৰী টিকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ ঊৰ্ধ্বৰ নাগৰিকসকলক ১৫ জুলাইৰ পৰা পৰৱৰ্তী ৭৫দিন ক’ভিডৰ বিনামূলীয়া প্ৰিকচন ড’জ প্ৰদানৰ সিদ্ধান্তই ভাৰতৰ অধিক লোকক সামৰি ল’ব আৰু এক সুস্থ দেশ গঢ় দিব৷
#AzadiKaAmritMahotsavৰ অংশ হিচাপে আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে৷
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিযাৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ টিকাকৰণ এক কাৰ্যকৰী উপায়৷ আজিৰ কেবিনেটৰ সিদ্ধান্তই ভাৰতৰ টিকাকৰণে অধিক লোকক সামৰি ল’ব আৰু এক সুস্থ দেশ গঢ় দিব৷”
***
DS/SH/DB
(ৰিলিজ আই ডি : 1842293)
অতিথি কক্ষ : 157
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam