প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱালোকৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 JUL 2022 9:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কয়:

"শ্ৰী অমৰনাথ গুহাৰ ওচৰত হোৱা ডাৱৰ বিস্ফোৰণৰ বাবে মই দুখিত। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা। শ্ৰী মনোজ সিংহজীৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছো মই। উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে। লোকসকলক সকলো সম্ভৱ সহায় আগবঢ়োৱা হৈছে।"
 

***


DS/SH/RD


(रिलीज़ आईडी: 1841170) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam