প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দালাই লামাক তেওঁৰ ৮৭ তম জন্মদিনত শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
06 JUL 2022 11:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দলাই লামাক তেওঁৰ ৮৭ তম জন্মদিনত ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ দালাই লামাৰ দীৰ্ঘজীৱন আৰু সুস্বাস্থ্যৰ বাবেও প্ৰাৰ্থনা কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;
"দালাই লামাক আজি ফোনযোগে তেওঁৰ ৮৭ তম জন্মদিনৰ শুভেচ্ছা জনাইছো। আমি তেওঁৰ দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰোঁ।"
***
(रिलीज़ आईडी: 1841162)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam