প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিত্ৰকূটত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকট কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
09 JUL 2022 4:37PM by PIB Guwahati
উত্তৰ প্ৰদেশৰ চিত্ৰকূটত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কয়;
“চিত্ৰকূটৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাটো অত্যন্ত বেদনাদায়ক। এই দুৰ্ঘটনাত যিসকল লোকে আত্মীয়ক হেৰুৱাবলগীয়া হৈছে, তেওঁলোকৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্যও কামনা কৰিছো: প্ৰধানমন্ত্ৰী”
***
DS/SH/KB
(रिलीज़ आईडी: 1840654)
आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam