প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে অৰ্থনীতিবিদ নিকলাছ ষ্টাৰ্ণক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
09 JUL 2022 8:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডন স্কুল অফ ইকনমিক্সৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক লৰ্ড নিকলাছ ষ্টাৰ্ণক সাক্ষাৎ কৰে। দুয়োজন গণ্যমান্যই বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। লৰ্ড নিকলাছ ষ্টাৰ্ণৰ এটা টুইটৰ প্ৰতিক্ৰিয়াত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"@lordstern1ক সাক্ষাৎ কৰি আৰু বিভিন্ন বিষয়ৰ আলোচনা কৰি সুখী। পৰিৱেশৰ প্ৰতি তেওঁৰ অনুভূতি আৰু নীতি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সামান্য প্ৰভেদযুক্ত উপলব্ধি প্ৰশংসনীয়। তেওঁ ভাৰতক লৈও আশাবাদী আৰু ১৩০ কোটি ভাৰতীয়ৰ দক্ষতাত বিশ্বাসী।"
***
DS/ST
(रिलीज़ आईडी: 1840653)
आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam