প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঈদ-উল-আজহা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 JUL 2022 9:07AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-আজহা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"ঈদ মুবাৰক! ঈদ-উল-আজহাৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱে মানৱ জাতিৰ মংগলৰ বাবে সামূহিক কল্যাণ আৰু সমৃদ্ধিৰ মনোভাৱ কঢ়িয়াই নিয়াৰ দিশত কাম কৰিবলৈ আমাক অনুপ্ৰাণিত কৰক।"
***
DS/ST/KG
(रिलीज़ आईडी: 1840651)
आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam