প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে মণিপুৰত ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সমীক্ষা কৰে
তেওঁ কেন্দ্ৰৰ ফালৰ পৰা সকলো সহায়ৰ আশ্বাস দিয়ে
Posted On:
30 JUN 2022 3:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিংহৰ সৈতে কথা পাতে আৰু ৰাজ্যখনত হোৱা দুখজনক ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সমীক্ষা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী @NBirenSingh জীৰ সৈতে কথা পাতিছো আৰু এক দুখজনক ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সমীক্ষা কৰো। কেন্দ্ৰৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিওঁ। মই সকলো প্ৰভাৱিত লোকৰ সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
মোৰ সমবেদনা শোক সন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে। মই সকলো আহত লোকৰ আশু আৰোগ্য কামনা কৰিছো।"
*****************
DS
(Release ID: 1839114)
Visitor Counter : 114
Read this release in:
Bengali
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam