প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 26 JUN 2022 2:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। জনসেৱাৰ ক্ষেত্ৰত শ্ৰী পেটেলৰ অৱদান সদায়েই স্মৰণীয় হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

"গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ দেহাৱসানত মৰ্মাহত হৈছো। জনসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায়েই স্মৰণীয় হৈ থাকিব। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালো ... ঔম শান্তি।"

 

***

DS/SH/SB



(Release ID: 1837249) Visitor Counter : 100