প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পিলিভিটত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে ক্ষতিপূৰণত অনুমোদন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 JUN 2022 7:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিলিভিটত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে ক্ষতিপূৰণত অনুমোদন জনাইছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এটা টুইটত কোৱা হৈছেঃ
"পিলিভিটত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ ক্ষতিপূৰণত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে। আহতসকলৰ প্ৰতিজনকে ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'ব।"
***
DS/AK/KG
(रिलीज़ आईडी: 1837139)
आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam