প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক এই যোগ দিৱস সফল কৰিবলৈ আৰু যোগৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে

प्रविष्टि तिथि: 20 JUN 2022 1:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক এই যোগ দিৱস সফল কৰিবলৈ আৰু যোগৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কৈছে;

"কাইলৈ অৰ্থাৎ ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ'ব। এইবাৰ এই আয়োজন 'মানৱতাৰ বাবে যোগ'ৰ থীমৰ জৰিয়তে হ'ব। আহক, আমি সকলোৱে লগ হৈ ইয়াক সফল কৰো আৰু যোগৰ জনপ্ৰিয়তা বৃদ্ধি কৰো।"

“ನಾಳೆ, ಜೂನ್ 21ನ್ನು ಅಂತರರಾಷ್ಟ್ರೀಯ ಯೋಗ ದಿನವಾಗಿ ಆಚರಿಸಲಾಗುವುದು. 'ಮಾನವತೆಗಾಗಿ ಯೋಗ' ಈ ಬಾರಿಯ ಯೋಗದಿನದ ಧ್ಯೇಯವಾಗಿದ್ದು, ಈ ಯೋಗ ದಿನವನ್ನು ಯಶಸ್ವಿಯಾಗಿಸೋಣ ಮತ್ತು ಇನ್ನಷ್ಟು ಜನಪ್ರಿಯಗೊಳಿಸೋಣ.”

“ਕੱਲ੍ਹ, 21 ਜੂਨ ਅੰਤਰਰਾਸ਼ਟਰੀ ਯੋਗ ਦਿਵਸ ਵਜੋਂ ਮਨਾਇਆ ਜਾਵੇਗਾ। ‘ਮਾਨਵਤਾ ਦੇ ਲਈ ਯੋਗ’ ਦੇ ਥੀਮ ਤੋਂ ਸੇਧ ਲੈ ਕੇ, ਆਓ ਅਸੀਂ ਇਸ ਯੋਗ ਦਿਵਸ ਨੂੰ ਸਫ਼ਲ ਬਣਾਈਏ ਅਤੇ ਯੋਗ ਨੂੰ ਹੋਰ ਮਕਬੂਲ ਕਰੀਏ।“

“നാളെ ജൂൺ 21 അന്താരാഷ്ട്ര യോഗാ ദിനമായി ആചരിക്കും. 'യോഗ മാനവികതയ്‌ക്ക്' എന്ന പ്രമേയത്തിലൂന്നിയ ഈ യോഗാ ദിനം നമുക്ക് വിജയകരമാക്കുകയും യോഗയെ കൂടുതൽ ജനകീയമാക്കുകയും ചെയ്യാം.”

“நாளை, ஜூன் 21ஆம் நாள் சர்வதேச யோகா தினமாக கடைபிடிக்கப்படுகிறது. 'மனித சமூகத்திற்காக யோகா' என்ற கருத்தை பின்பற்றி, இந்த யோகா தினத்தை வெற்றியடைய செய்து, மேலும் யோகாவை பிரபலப்படுத்துவோம்.”

“আগামীকাল 21শে জুন আন্তর্জাতিক যোগ দিবস রূপে উদযাপিত হবে । ' মানবতার জন্য যোগ ' এই ভাবনায় উদ্দীপ্ত হয়ে আসুন,  এবারের   যোগ দিবসকে সাফল্যমন্ডিত করে তুলি আর যোগাভ্যাসকে আরো জনপ্রিয় করে তুলি ।“

“কাইলৈ, ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাবে পালন কৰা হ'ব। 'মানৱতাৰ বাবে যোগ'ক মূল বিষয়বস্তু হিচাবে লৈ, আহক আমি এই যোগ দিৱসক সফল বনাওঁ আৰু যোগক অধিক জনপ্ৰিয় কৰো।“

“આવતીકાલે, 21 જૂન આંતરરાષ્ટ્રીય યોગ દિવસ તરીકે અંકિત થશે. 'માનવતા માટે યોગ' થીમથી માર્ગદર્શિત આ યોગ દિવસને ચાલો, સફળ બનાવીએ અને યોગને લોકપ્રિય બનાવીએ.”

“రేపు, జూన్ 21ని అంతర్జాతీయ యోగ దినోత్సవంగా జరపుకుంటున్నాం. ‘మానవత్వం కోసం యోగ’ అనే నేపథ్యంతో మార్గనిర్దేశం చేస్తూ, ఈ యోగ దినోత్సవాన్ని విజయవంతం చేసి, యోగను మరింత ప్రాచుర్యంలోకి తీసుకువ ద్దాం.”

“उद्या दि. २१ जून रोजी आंतरराष्ट्रीय योग दिन साजरा केला जाणार आहे.  यंदाच्या योग दिनाची संकल्पना ‘मानवतेसाठी योग’, ही आहे, चला योग दिन यशस्वीपणे साजरा करत, त्याचाअधिकाधिक प्रसार करूया.”

“ଆସନ୍ତା କାଲି, 21 ଜୁନ ଆନ୍ତର୍ଜାତୀୟ ଯୋଗ ଦିବସ ରୂପେ ପାଳିତ ହେବ । 'ମାନବତା ପାଇଁ ଯୋଗ' ଦ୍ୱାରା ଅନୁପ୍ରାଣିତ ହୋଇ, ଆସନ୍ତୁ ଯୋଗ ଦିବସକୁ ସଫଳ କରିବା ଏବଂ ଯୋଗକୁ ଆହୁରି ଲୋକପ୍ରିୟ କରିବା ।“

“कल यानि 21 जून को अंतर्राष्ट्रीय योग दिवस मनाया जाएगा। इस बार यह आयोजन ‘मानवता के लिए योग’ की थीम के तहत होगा। आइए, हम सब मिलकर इसे सफल बनाएं एवं योग की लोकप्रियता को और बढ़ाएं।“

 

***

DS/ST


(रिलीज़ आईडी: 1836444) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam