প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে আছিয়ানৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰতিনিধি সকলক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 16 JUN 2022 3:00PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আছিয়ানৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰতিনিধি সকলক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়,

"আমি ভাৰত-আছিয়ানৰ ঘনিষ্ঠ সহযোগিতাৰ ৩০ বছৰ উদযাপন কৰাৰ সময়ত আছিয়ান দেশসমূহৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰতিনিধিসকলৰ সৈতে এক সুন্দৰ মত বিনিময়ত অংশ লও।"
 

***

DS/AK/MS


(रिलीज़ आईडी: 1835199) आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada