পোষ্ট কৰা হৈছে:
07 JUN 2022 9:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বাড়মেৰত সংঘটিত পথ দুৰ্ঘটনাত নিহত হোৱা সকলৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কোৱা হৈছে;
“ৰাজস্থানৰ বাড়মেৰত সংঘটিত পথ দুৰ্ঘটনাটো অত্যন্ত দুখজনক। এই দুৰ্ঘটনাত যিসকল লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল তেওঁলোকৰ আত্মীয়-স্বজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে দুখৰ এই মুহূৰ্তত যেন তেওঁলোকক সম্বল প্ৰদান কৰে: প্ৰধানমন্ত্ৰী”।
***
DS/SH/KB