প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব চাইকেল দিৱসত মহাত্মা গান্ধীৰ এখনি আলোকচিত্ৰ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

Posted On: 03 JUN 2022 9:57AM by PIB Guwahati

লাইফষ্টাইল ফৰ এনভাৰমেন্ট (LIFE) ধাৰণাটোৰ উল্লেখেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীয়ে চাইকেল চলোৱা এখনি আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। আজি বিশ্ব চাইকেল দিৱস।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

"লাইফষ্টাইল ফৰ এনভাৰমেন্ট (LIFE)।

আজি বিশ্ব চাইকেল দিৱস আৰু মহাত্মা গান্ধীয়ে এটি প্ৰাণোচ্ছল আৰু সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাইছিল।"

 

***

DS/ST/SB



(Release ID: 1831279) Visitor Counter : 113