প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেপালৰ লুম্বিনীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীৰ সাক্ষাতত স্বাক্ষৰিত আৰু বিনিময় হোৱা বুজাবুজিৰ চুক্তি/চুক্তিৰ তালিকা

प्रविष्टि तिथि: 16 MAY 2022 2:43PM by PIB Guwahati

 

ক্ৰ

নং

বুজাবুজিৰ চুক্তি

১.

বৌদ্ধ দৰ্শন অধ্যয়ণৰ সুবিধাৰ্থে ‘ড০ আম্বেডকাৰ আসন’ স্থাপন কৰাৰ উদ্দেশ্যে ‘ইণ্ডিয়ান কাউন্সিল ফৰ কালশ্যাৰেল ৰিলেশ্যন’(আইচিচিআৰ) আৰু ‘লুম্বিনী বুদ্ধিষ্ট ইউনিভাৰ্ছিটী’ৰ মাজত বুজাবুজিৰ চুক্তি

২.

ভাৰতীয় দৰ্শন অধ্যয়ণৰ সুবিধাৰ্থে ‘আইচিচিআৰ আসন’ স্থাপন কৰাৰ উদ্দেশ্যে ইণ্ডিয়ান কাউন্সিল ফৰ কালশ্যাৰেল ৰিলেশ্যন(আইচিচিআৰ) আৰু ‘চিএনএএছ’, ‘ত্ৰিভূৱন ইউনিভাৰ্ছিটী’ৰ মাজত বুজাবুজিৰ চুক্তি

৩.

ভাৰতীয় দৰ্শন অধ্যয়ণৰ সুবিধাৰ্থে ‘আইচিচিআৰ আসন’ স্থাপন কৰাৰ উদ্দেশ্যে ‘ইণ্ডিয়ান কাউন্সিল ফৰ কালশ্যাৰেল ৰিলেশ্যন’(আইচিচিআৰ) আৰু ‘কাঠমাণ্ডু ইউনিভাৰ্ছিটী’(কেইউ)ৰ মাজত বুজাবুজিৰ চুক্তি

৪.

নেপালৰ ‘কাঠমাণ্ডু ইউনিভাৰ্ছিটী’(কেইউ) আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান-মাদ্ৰাছ(আইআইটিএম)ৰ মাজত সহযোগিতা স্থাপন সম্পৰ্কীয় বুজাবুজিৰ চুক্তি

৫.

নেপালৰ ‘কাঠমাণ্ডু ইউনিভাৰ্ছিটী’(কেইউ) আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান-মাদ্ৰাছ(আইআইটিএম)ৰ মাজত (স্নাতকোত্তৰ পৰ্যায়ত যুটীয়া উপাধি প্ৰদান কাৰ্যক্ৰম পৰিচালনা কৰা)সহযোগিতা স্থাপন সম্পৰ্কীয় চুক্তিপত্ৰ(এলঅ’এ)

 

৬.

‘অৰুণ-৪ প্ৰক্ল্প’ৰ উন্নয়ণ আৰু ৰূপায়ণৰ উদ্দেশ্যে ‘এছজেভিএন লিমিটেড’ আৰু ‘নেপাল বিদ্যুত্ প্ৰধিকৰণ’(এনইএ)ৰ মাজত চুক্তি

 

 

***

DS/AK/KB


(रिलीज़ आईडी: 1825882) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam