প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

प्रविष्टि तिथि: 11 MAY 2022 10:55PM by PIB Guwahati

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এইদৰে টুইট কৰে;

‘আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী@jairamthakurbjp-এ প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।’

 

 *******************************************************

DS/ST/KG


(रिलीज़ आईडी: 1824958) आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam