প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পৰশুৰাম জয়ন্তীত দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 03 MAY 2022 9:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰশুৰাম জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;

"পৰশুৰাম জয়ন্তীত দেশবাসীক শুভেচ্ছা জনাইছো। ভগৱান পৰশুৰামক তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ লগতে দয়া আৰু সহানুভূতিৰ বাবে শ্ৰদ্ধা কৰা হয়। "

 

 ***

DS/SH/RD


(रिलीज़ आईडी: 1824645) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam