প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তী উপলক্ষে মহাৰাণা প্ৰতাপলৈ শ্ৰদ্ধাৰ্ঘ্য প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
09 MAY 2022 8:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ন্তী উপলক্ষে মহাৰাণা প্ৰতাপলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক মহাৰাণা প্ৰতাপক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা জনাইছো। তেওঁৰ সাহসিকতা আৰু সংগ্ৰামৰ গাথাই দেশবাসীক সদায়েই প্ৰেৰণা যোগাই থাকিব।"
***
DS/SH/SB
(रिलीज़ आईडी: 1823987)
आगंतुक पटल : 195
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam