প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য প্ৰদেশত সংঘটিত অগ্নিকাণ্ডত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 07 MAY 2022 1:55PM by PIB Guwahati

মধ্য প্ৰদেশত সংঘটিত অগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত আহত হোৱা সকলৰ আশু আৰোগ্যও কামনা কৰিছে প্ৰধানমন্ত্ৰীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“মধ্য প্ৰদেশৰ ইন্দোৰত সংঘটিত অগ্নিকাণ্ডটো অত্যন্ত বেদনাদায়ক। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱা সকলৰ আত্মীয়সকলৰ প্ৰতি মই গভীৰ সমবেদনা ব্যক্ত কৰিছো। ইয়াৰ লগতে দুৰ্ঘটনাটোত আহত হোৱা সকলৰ আশু আৰোগ্যও কামনা কৰিছো। PM @narendramodi"

 

***

 

DS/VJ/AK/KB


(रिलीज़ आईडी: 1823817) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , Kannada , Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu