প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাৎ গোৱাৰ মুখ্যমন্ত্ৰীৰ

Posted On: 29 APR 2022 5:38PM by PIB Guwahati

গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ ছাৱন্তে নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, “গোৱাৰ মুখ্যমন্ত্ৰী @DrPramodPSawant প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে৷”

 

***

DS/AK/DB



(Release ID: 1821511) Visitor Counter : 83