প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত চৰকাৰ অসংগঠিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
16 APR 2022 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত চৰকাৰ অসংগঠিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে কয়, দেশৰ উন্নয়নত আমাৰ অসংগঠিত শ্ৰমিক ভাই-ভনীসকলৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটৰ জৰিয়তে কয়;
"দেশৰ উন্নয়নত আমাৰ অসংগঠিত শ্ৰমিক ভাই-ভনীসকলৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। আমাৰ চৰকাৰে সদায় এনে কোটি কোটি শ্ৰমিকৰ জীৱন সহজ কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। যদিও এই আঁচনিবোৰে তেওঁলোকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিছে, মহামাৰীৰ সময়তো তেওঁলোকক সহায় কৰিবলৈ আৰু বহুতো পদক্ষেপ লোৱা হৈছিল। "
***
DS/SH/RD
(रिलीज़ आईडी: 1817995)
आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam